দক্ষিণ কামৰূপৰ পলাশবাৰীত বিধ্বংসী অগ্নিকাণ্ড

A


নিউজ ডেস্ক:
দক্ষিণ কামৰূপৰ পলাশবাৰীৰ নহিৰা ঝাৰপাৰাত যোৱানিশা বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হয় ৷ জানিব পৰা মতে ভাত ৰান্ধি থকাৰ সময়ত চিলিণ্ডাৰত প্ৰথমে জুই লাগে আৰু লগে লগেই জুয়ে সমগ্ৰ ঘৰটো ছানি ধৰে ৷এই অগ্নিকাণ্ডত আহত হয় ধন কুমাৰ নামৰ এজন লোক ৷ আহত লোকজনক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷ অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়া হৈছিল যদিও পলমকৈ উপস্থিত হোৱাৰ অভিযোগ উথ্থাপন কৰে স্হানীয় ৰাইজে ৷B

Your Comments