দেশত আকৌ বাঢ়িল চিলিণ্ডাৰৰ মূল্য, পঢ়ি জানি লওক

A

নিউজ ডেস্ক:


দেশত পুনৰ বৃদ্ধি পালে ৰন্ধন গেছ চিলিণ্ডাৰৰ মূল্য।২৫ টকাকৈ বৃদ্ধি পালে ৰাজসাহায্যযুক্ত চিলিণ্ডাৰৰ মূল্য।ইয়াৰ বিপৰীতে ৭৩.৫০ টকা কৈ বৃদ্ধি পালে বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য।

উল্লেখ্য যে নতুনকৈ বৃদ্ধি হোৱা দাম অনুসৰি ঘৰুৱা চিলিণ্ডাৰৰ মূল্য হ'ল ৯৬০টকা।কিন্তু ৰাজ্যৰ কিছু ঠাইত ইয়াৰ মূল্যই ১০০০টকা স্পৰ্শ কৰে।


আনহাতে, বাণিজ্যিক চিলিণ্ডাৰৰ নতুন মূল্য ১৮৬১টকালৈ বৃদ্ধি হ'ল।

বুধবাৰৰ পৰা ৰন্ধন গেছত প্ৰযোজ্য হৈছে নতুন নিৰিখ।

Your Comments