এআইইউডিএফ ত্যাগ বিধায়ক ফণী তালুকদাৰৰ : বুধবাৰে এৰিব বিধায়কৰ পদ

A

নিউজ ডেস্ক :

অৱশেষত ভৱানীপুৰৰ বিধায়ক ফণী তালুকদাৰে ত্যাগ কৰিলে এআইইউদিএফ ।দলৰ নেতৃত্বলৈ তালুকদাৰে মঙলবাৰে প্ৰেৰণ কৰিলে দলত্যাগ পত্ৰ।

উল্লেখ্য যে বুধবাৰে বিজেপিত যোগ দিব বিধায়ক গৰাকীয়ে।বিজেপি দলত যোগদানৰ পূৰ্বে দিনৰ ১১ বজাত ত্যাগ কৰিব বিধায়কৰ পদ।বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ হাতত পদত্যাগ পত্ৰ দাখিল কৰিব তালুকদাৰে।

Your Comments