১ ছেপ্টেম্বৰত বিজেপিত যোগ দিব ভৱানীপুৰৰ বিধায়ক ফণী তালুকদাৰ, আনুষ্ঠানিক ঘোষণা

A

নিউজ ডেস্ক:


ভৱানীপুৰ সমষ্টিৰ বিধায়ক ফণী তালুকদাৰৰ বিজেপিত যোগদান নিশ্চিত। ১ছেপ্টেম্বৰত গেৰুৱা বসন পিন্ধিব এআইইউডিএফৰ বিধায়ক গৰাকীয়ে।দেওবাৰে এই কথা নিজে ঘোষণা কৰে বিধায়ক গৰাকীয়ে।

উল্লেখ্য  যে ৩১আগষ্টৰ ভিতৰত ত্যাগ কৰিব বিধায়কৰ পদ।

গুৰুত্বপূৰ্ণ কথা এই যে  বিধায়ক গৰাকীৰ বিজেপি গমনে ৰাজ্যৰ উপ-নির্বাচনত হ’ব লগা আসনৰ সংখ্যা ৬খনলৈ বৃদ্ধি কৰিব।

Your Comments