টকিঅ' অলিম্পিকত ভাৰতৰ প্ৰথমটো পদক মণিপুৰী কন্যা মীৰাবাই চানুৰ জৰিয়তে

Mirabai Sanu

টকিঅ’ অলিম্পিকত ভাৰতৰ প্ৰথমটো পদক ৷ ভাৰোত্তোলনত ৰূপৰ পদক জয় মণিপুৰৰ কন্যা মিৰাবাই চানুৰ। মহিলাৰ ৪৯কেজি শাখাত লাভ কৰিছে চানুৱে এই পদক।

Mirabai Sanu

উল্লেখ্য যে কৰ্ণম মালেশ্বৰীৰ পিছত অলিম্পিকৰ ভাৰোত্তোলনত পদক লাভ কৰা মীৰাবাই প্ৰথমগৰাকী ভাৰতীয় মহিলা এথ্‌লিট।

Your Comments