কণ্ঠশিল্পী জুবিন গাৰ্গৰ আক্ৰমণৰ সৈতে জড়িত ৪ গৰাকী এনএছইউআই কৰ্মীক গ্ৰেপ্তাৰ দিছপুৰ আৰক্ষীৰ।গ্ৰেপ্তাৰ কৰা হৈছে মুখ্য অভিযুক্ত কামৰূপ এনএছইউআইৰ উপ-সভাপতি হীৰক ৰাজবংশীক।কংগ্ৰেছৰ ছাত্ৰ সংগঠনটোৰ কৰ্মীকেইজনে গুৱাহাটীৰ পাঞ্জাবাৰীত এখন সংবাদমেল সম্বোধন কৰি থকাৰ সময়তে আটক কৰে দিছপুৰ আৰক্ষীয়ে।
- Log in to post comments
- 24 views