ভাৰতত ক'ৰ'না ভাইৰাছৰ কালৰূপ অব্যাহত আছে।শুকুৰবাৰে দেশত ক'ৰ'না সংক্ৰমিত হৈ ৬৭১ জন লোকৰ মৃত্যু ঘটিছে।আনহাতে,বিগত ২৪ ঘণ্টাত দেশত ৩৪,৮৮৪ গৰাকী লোক ক'ৰ'না আক্ৰান্ত হৈছে।ইফালে,ভাৰতত ১৭ জুলাইলৈকে ১ কোটি ২৪ লাখ ক'ৰ'না পৰীক্ষা সম্পন্ন কৰা হৈছে।
- Log in to post comments
- 13 views