ক'ৰ'না ভাইৰাছ আতংকই অৰ্থব্যৱস্থাৰ ক্ষতিসাধন কৰাৰ মাজতে পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধি

ক'ৰ'না ভাইৰাছৰ আতংকৰ বাবে দেশৰ অৰ্থব্যৱস্থাৰ ব্যাপক ক্ষতিসাধন হোৱাৰ সময়তে দেশৰ জনতাৰ ওপৰত পৰিব মূল্যবৃদ্ধিৰ মাধমাৰ।কেন্দ্ৰীয় চৰকাৰে পেট্ৰ'ল আৰু ডিজেল,দুইবিধৰ ওপৰত উৎপাদন শুল্ক ২ টকাকৈ বৃদ্ধি কৰাৰ বাবেই মূল্যবৃদ্ধি ঘটিব ইন্ধন কেইবিধৰ।এতিয়া,পেট্ৰ'লৰ ওপৰত উৎপাদন শুল্ক ৮ টকা আৰু ডিজেলৰ ওপৰত এই শুল্ক ৪ টকা হৈছেগৈ।কেন্দ্ৰীয় চৰকাৰে লগতে পেট্ৰ'ল আৰু ডিজেল,প্ৰত্যেকৰে ওপৰত ১ টকাকৈ ৰোড চেছ বৃদ্ধি কৰিছে।

Your Comments