দ্বিতীয় 'টী-২০'ত বাংলাদেশৰ বিৰুদ্ধে ভাৰতৰ সহজ জয়লাভ:ৰোহিত শৰ্মাৰ ধুমুহাৰ গতিৰ ৮৫ ৰাণ

Pic

অধিনায়ক ৰোহিত শর্মাৰ ধুমুহাৰ গতিৰ ৮৫ ৰাণৰ(৪৩ টা বল) সহায়েৰে ভাৰতে বাংলাদেশক ৰাজকোটৰ দ্বিতীয় 'টী-২০'ত ৮ উইকেটত সহজেই পৰাস্ত কৰে।বাংলাদেশে প্ৰথমে বেটিং কৰি ২০ অভাৰত ৬ উইকেটত ১৫৩ ৰাণ কৰে।ভাৰতে ১৬ অভাৰতে এই লক্ষ্য অতিক্ৰম কৰি বিজয় সাব্যস্ত কৰে।দ্বিতীয়
'টী-২০'ত জয়লাভ কৰি ভাৰতে শৃংখলাত ১-১ত সমতা স্থাপন কৰে।বাংলাদেশৰ ইংনিছত মহম্মদ নঈমে সৰ্বাধিক ৩৬ ৰাণ কৰে।য়ুজবেন্দ্ৰ চেহেলে ২ উইকেট দখল কৰে।ভাৰতৰ ইনিংছত শিখৰ ধৱনে ৩১ ৰাণ কৰে।

Your Comments