অৰুণাচল প্ৰদেশৰ বিজেপি চৰকাৰৰ দুই মন্ত্ৰী,১২ জন বিধায়ক সমন্বিতে ১৫ জন নেতাই মঙলবাৰে বিজেপি ত্যাগ কৰে।ৰাজ্যখনৰ সমাগত বিধানসভা নিৰ্বাচনৰ বাবে প্ৰাৰ্থিত্ব নিদিয়াৰ বাবে বিজেপি ত্যাগ কৰে গৃহমন্ত্ৰী কুমাৰ ৱে,পৰ্যটন মন্ত্ৰী জাৰকৰ গামলিন,ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক জাৰপুম গামলিন প্ৰমুখ্যে নেতাসকলে।তেওঁলোকে কনৰাড চাংমা নেতৃত্বাধীন এনপিপিত যোগ দিয়ে।
- Log in to post comments
- 33 views