দেশৰ সাধাৰণ নিৰ্বাচনৰ খৰচ বৃদ্ধি পাই আহিবলৈ ধৰিছে।১৯৭১ চনৰ সাধাৰণ নিৰ্বাচনত খৰচ হৈছিল ১১.৬১ কোটি টকা।১৯৭৭ চনত এই খৰছ বৃদ্ধি পাই হৈছিলগৈ ২৩.০৩ কোটি টকা।আনহাতে,আগন্তুক লোকসভা নিৰ্বাচনত খৰচ হ'ব ৫০০০কোটিতকৈ অধিক টকা।এইবুলিও তথ্য প্ৰকাশ পাইছে যে ২০১৯ বৰ্ষৰ লোকসভা নিৰ্বাচন বিশ্বৰ ভিতৰতে সৰ্বাধিক ব্যয় হোৱা নিৰ্বাচন হিচাপে পৰিগণিত হ'ব।
- Log in to post comments
- 29 views