দেওবাৰে গোৱাৰ মুখ্যমন্ত্ৰী মনোহৰ পাৰিকাৰৰ দেহাৱসানৰ পিছতে ৰাজ্যখনৰ ক্ষমতাৰ ৰাজনীতিয়ে নতুন মোৰ লৈছে। কংগ্ৰেছে দেওবাৰে নিশাই ৰাজ্যপালৰ ওচৰত চৰকাৰ গঠনৰ দাবী উত্থাপন কৰিছে।বিধানসভাত সবাতোকৈ অধিক আসন থকাৰ আধাৰত কংগ্ৰেছে চৰকাৰ গঠনৰ দাবীদাৰ হৈছে।কংগ্ৰেছৰ ১৪ জন বিধায়কে ইতিমধ্যে ৰাজ্যপালক সাক্ষাৎ কৰিছে।
- Log in to post comments
- 72 views