কোনো ৰাজনৈতিক দলত যোগ নিদিয়ে বুলি আজি নতুন দিল্লীত স্পষ্ট কৰি দিলে সদ্য বিজেপিত্যাগী সাংসদ আৰপি শর্মাই।আৰএছএছৰ সৈতে সংযুক্ত হৈ থাকিব বুলি তেওঁ উল্লেখ কৰে।শৰ্মাই কয় যে তেওঁৰ সংঘাত ৰাজ্যিক বিজেপিৰ সৈতেহে,কেন্দ্ৰীয় নেতৃত্বৰ সৈতে নহয়।
- Log in to post comments
- 34 views