উচ্চতম ন্যায়ালয়ৰ ভূতপূৰ্ব ন্যায়াধীশ পিনাকী চন্দ্ৰ চৌধুৰী হ'ব ভাৰতৰ প্ৰথম লোকপাল।উল্লেখ্য যে ন্যায়াধীশ চৌধুৰীয়ে শশীকলা আৰু অন্য কেইবাগৰাকীক দুৰ্নীতিৰ গোচৰত দোষী সাব্যস্ত কৰিছিল।
- Log in to post comments
- 59 views