অসমৰ তেজপুৰ সমষ্টিৰ সাংসদ আৰপি শৰ্মাই বিজেপিৰ পৰা পদত্যাগ কৰাৰ পিছত আজি আন এজন বিজেপি সাংসদে দলত্যাগ কৰে।উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজ সমষ্টিৰ সাংসদ শ্যামচৰণ গুপ্তাই আজি বিজেপি ত্যাগ কৰে।তেওঁ সমাজবাদী পাৰ্টিত যোগ দিয়ে।গুপ্তাই সমাজবাদী পাৰ্টিৰ পৰা বান্দা সমষ্টিত লোকসভা নিৰ্বাচন খেলিব।
- Log in to post comments
- 30 views