'ছ্যুট বুট কা চৌকীদাৰ' আখ্যাৰে টুইটাৰত প্ৰধান মন্ত্ৰী মোডীক আক্ৰমণ কংগ্ৰেছৰ

'ছ্যুট বুট কা চৌকীদাৰ' আখ্যাৰে টুইটাৰত প্ৰধান মন্ত্ৰী মোডীক আক্ৰমণ কংগ্ৰেছৰ

আজি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে টুইটাৰত আৰম্ভ কৰে প্ৰচাৰ অভিযান। 'ম্যে ভী চৌকীদাৰ' শীৰ্ষক উক্ত প্ৰচাৰ অভিযানৰ আৰম্ভণিৰ কিছু সময়ৰ পিছতেই কংগ্ৰেছে প্ৰত্যাক্ৰমণ কৰে। প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীক 'ছ্যুট বুট কা চৌকীদাৰ' আখ্যা দি টুইট কৰে কংগ্ৰেছ দলে।

Your Comments