লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁয়ে

লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁয়ে

আগন্তুক লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে নগাঁও সমষ্টিৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁয়ে। তেওঁৰ বিৰুদ্ধে চলি থকা গোচৰত এতিয়ালৈকে দোষমুক্ত নোহোৱাৰ বাবে ব্যক্তিগতভাৱে এই সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি নতুন দিল্লীত এখন সংবাদমেলত প্ৰকাশ কৰে গোঁহায়ে।

Your Comments