গুজৰাটত উদ্ধাৰ ৫০০০ বছৰ পুৰণি হৰপ্পাকালীন কবৰ

Ph

কবৰস্থানখন ৫০০০ বছৰ পুৰণি।উদ্ধাৰ হ'ল এতিয়া।গুজৰাটৰ কচ্ছ জিলাৰ খাটিয়া গাঁৱত পুৰাতত্ব বিভাগৰ খননত উদ্ধাৰ হ'ল হৰপ্পা সভ্যতাকালীন এটা সমূহীয়া কবৰ।কবৰস্থানখনত ২৫০ টা মৃতদেহৰ কংকাল উদ্ধাৰ কৰা হৈছে।কংকালসমূহৰ ভৰিৰ কাষত আছে মাটিৰ বাচন।এনেদৰে প্ৰাচীন কবৰ উদ্ধাৰ হোৱাটোৱে জনগণৰ মাজত আশ্চৰ্য আৰু কৌতুহলৰ সৃষ্টি কৰিছে।

Your Comments