আন্তঃৰাষ্ট্ৰীয়

আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত সংঘাটিত সকলোবোৰ ঘটনাপ্ৰবাহ এতিয়া আপোনাৰ কাষত...

আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত সংঘাটিত সকলোবোৰ ঘটনাপ্ৰবাহ এতিয়া আপোনাৰ কাষত...

সকলোৰে আশাৰ উৎসৱ দুৰ্গাপূজাৰ দশমীৰ লগতে আজিৰ দিনটো আন এটা কাৰণটো পালন কৰা হয় ৷ প্ৰত্যেক বছৰৰ ২৫ অক্টোবৰ তাৰিখটো পৃথিৱীৰ সকলো শিল্পী আৰু তেওঁলোকৰ শিল্পকৰ্মক সন্মান জনাই বিশ্ব শিল্পী দিৱস হিচাপে পালন কৰা হয় সমগ্ৰ পৃথিৱীতে ৷

১৮৮১ চনৰ ২৫ অক্টোবৰত জন্ম গ্ৰহণ কৰা বিশ্ববিখ্যাত স্পেনিছ শিল্পী, চিত্ৰকৰ পাব্ল’ পিকাছ’ৰ জন্মদিনটোক সুঁৱৰি এই দিনটো পালন কৰা হয় বিশ্ব শিল্পী দিৱস হিচাপে ৷

Artist Day