নুৰুল ইছলাম,চানডুবিঃ
পলাশবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত লোহাৰঘাটত ২৭ জানুৱাৰীত আঞ্চলিক ৰাভা জাতীয় শ্বহীদ দিৱস পালন কৰা হয়।বৰদুৱাৰ ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত শ্বহীদ দিৱসৰ কাৰ্যসূচী অনুসৰি ৰাভা জাতীয় শ্বহীদ ক্ৰমে ইশ্বৰ ৰাভা,মোহন ৰাভা আৰু জয়ন্ত ৰাভাৰ মেমবস্তিস্থিত সমাধিক্ষেত্ৰত আৰছুৰ কমলেশ্বৰ ৰাভাকে ধৰি বিষয়ববীয়াসকলে বন্তি প্ৰজ্বলন কৰে ৷
- Read more about লোহাৰঘাটত আঞ্চলিক ৰাভা জাতীয় শ্বহীদ দিৱস পালন
- Log in to post comments
- 1 view