ধুমুহাৰ গতিত প্ৰচাৰ অভিযান চলাবলৈ প্ৰস্তুত হৈছে বিজেপি।লোকসভা নিৰ্বাচনৰ দুমাহজোৰা প্ৰচাৰ অভিযানত বিজেপিয়ে সমগ্ৰ দেশত ১০০০ খনতকৈ অধিক সভাৰ আয়োজন কৰিব।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নিজেই সম্বোধন কৰিব ২০০ খন সভা।প্ৰধানমন্ত্ৰী মোডীয়ে হিন্দী বলয়ৰ ৰাজ্যকেইখনত অধিক সংখ্যক সভাত ভাষণ প্ৰদান কৰিব।
- Log in to post comments
- 10 views