ৰাফেল চুক্তি সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নাম উত্থাপন হৈছে।গতিকে, প্ৰধানমন্ত্ৰীৰ ভূমিকাৰ ওপৰতো প্ৰশ্ন কৰিব পাৰি। তথাপিও প্ৰধানমন্ত্ৰী মনে মনে আছে কিয়?আজি এই বুলি প্ৰশ্ন উত্থাপন কৰে কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীয়ে।
- Log in to post comments
- 5 views