পশ্চিমবংগত এই মুহূর্তত লোকসভা নির্বাচন হ'লে তৃণমূল কংগ্ৰেছে অকলেই পাব পাৰে ৩৪খন আসন৷ আনহাতে, ৮খন আসনত জয়ী হ'ব পাৰে বিজেপি। এই ইঙ্গিত পোৱা গৈছে জনমত সমীক্ষাত। ২০১৪ত ৰাজ্যখনত বাম আৰু কংগ্রেছে ৬খন আসনত জয়ী হ'লেও, সমীক্ষাত এইটো আভাষ পোৱা গৈছে যে এইবাৰ ৬খন আসনেই তেওঁলোকৰ হাতৰ পৰা যাব পাৰে। অৱশ্যে এই সমীক্ষা কৰা হৈছে বাম আৰু কংগ্রেছৰ আসন বুজাবুজি চূড়ান্ত হোৱাৰ পূৰ্বে।
- Log in to post comments
- 33 views