পুলৱামা আক্ৰমণৰ মাষ্টাৰমাইণ্ড জঈছ ই-মহম্মদৰ সন্ত্ৰাসবাদী মুদাছিৰ আহমেদ খান ওৰফে মহম্মদ ভাই সুৰক্ষা বাহিনীৰে সংঘৰ্ষত নিহত হৈছে বুলি ধাৰণা কৰা হৈছে।দক্ষিণ কাশ্মীৰৰ ট্ৰাল এলেকাৰ পিংলিছত সুৰক্ষা বাহিনীৰে হোৱা সংঘৰ্ষত আজি পুৱা নিহত হোৱা তিনিটা সন্ত্ৰাসবাদীৰ ভিতৰত মহম্মদ ভাইও আছে বুলি কোৱা হৈছে।
- Log in to post comments
- 44 views