চুলাই খাই নহয়, নোখোৱাৰ বাবেহে মৃত্যু হৈছিল খুমটাইৰ ৪ ব্যক্তিৰ!

চুলাই খাই নহয়, নোখোৱাৰ বাবেহে মৃত্যু হৈছিল খুমটাইৰ ৪ ব্যক্তিৰ!

শনিবাৰে গোলাঘাট জিলাৰ খুমটাইত চুলাই খাই চাৰিজন লোকৰ মৃত্যু হোৱা নাছিল বুলি জিলা উপায়ুক্তৰ প্ৰাথমিক প্ৰতিবেদনত প্ৰকাশ। লোককেইজনৰ মৃত্যু "উইড্ৰ'ৱেল ছিণ্ড্ৰ'ম" অৰ্থাৎ নিয়মিতভাৱে অধিক মাত্ৰাত সুৰা সেৱন কৰাৰ পিছত সুৰাপান নকৰাৰ বাবেহে হৈছে বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে।

Your Comments