মোডীৰ নিৰ্বাচনী সক্ৰিয়তা : ফেব্ৰুৱাৰী মাহত ১৫৭টা প্ৰকল্প মুকলি

মোডীৰ নিৰ্বাচনী সক্ৰিয়তা : ফেব্ৰুৱাৰী মাহত ১৫৭টা প্ৰকল্প মুকলি

লোকসভা নিৰ্বাচনৰ তাৰিখ ঘোষণাৰ পূৰ্বৰ ৩০টা দিনত অতি সক্ৰিয় হৈ পৰিল প্ৰধান মন্ত্ৰী মোডী। এটা ব্যক্তিগত চেনেলত প্ৰকাশিত তথ্যমতে, ফেব্ৰুৱাৰী মাহত মোডীয়ে সমগ্ৰ দেশত ২৮টা ভ্ৰমণ কৰিলে আৰু ১৫৭টা প্ৰকল্প মুকলি কৰিলে। ৰাষ্ট্ৰীয় ঘাইপথ, চিকিৎসালয়, বিদ্যালয়, গেছ পাইপলাইন আদি প্ৰকল্প মুকলিৰে ভোটাৰক আকৰ্ষিত কৰিবলৈ সৰ্বতোপ্ৰকাৰেৰে প্ৰয়াসৰত হ'ল প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী।

Your Comments