লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানত ৰাজনৈতিক দলসমূহে ব্যৱহাৰ কৰিব নোৱাৰিব সেনাৰ ফটো। নিৰ্বাচন আয়োগে জাৰি কৰিছে এই নিষেধাজ্ঞা। উল্লেখ্য যে বিজেপিৰ দৰে ৰাজনৈতিক দলে সেনাৰ পাকিস্তানবিৰোধী পদক্ষেপক নিৰ্বাচনী প্রচাৰত ব্যৱহাৰ কৰি আহিছিল।
- Log in to post comments
- 4 views