'সীমান্তত পাকিস্তান প্ৰস্তুত আছিল,আমি ওপৰেৰে গ'লো'-বালাকোটত আক্ৰমণ সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোডী

modi

'পুলৱামা আক্ৰমণৰ পিছত সীমান্তত পাকিস্তান সম্পূৰ্ণ প্ৰস্তুত হৈ আছিল।কিন্ত আমি ওপৰেৰে গ'লো।'বালাকোটত জঈছ-ই-মহম্মদৰ শিবিৰত বায়ু সেনাৰ আক্ৰমণ সন্দৰ্ভত আজি নয়দাৰ সভাত এই বুলি কয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।

Your Comments