পাকিস্তানে জঈছ-ই-মহম্মদৰ প্ৰবক্তাৰ দৰে আচৰণ কৰিছে

পাকিস্তানে জঈছ-ই-মহম্মদৰ প্ৰবক্তাৰ দৰে আচৰণ কৰিছে

পাকিস্তানে জঈছ-ই-মহম্মদৰ প্ৰবক্তাৰ দৰে আচৰণ কৰিছে। পুলৱামা আক্ৰমণত জঈছ জড়িত আছে বুলি ৰাষ্ট্ৰসংঘয়ো উল্লেখ কৰিছে যদিও পাকিস্তানে এই সত্যক অস্বীকাৰ কৰি আছে। পাকিস্তানে জঈছক ৰক্ষণাবেক্ষণ দি আছে। আজি বিদেশ মন্ত্ৰালয়ৰ প্ৰবক্তা ৰবিশ কুমাৰে এইদৰে বক্তব্য প্ৰকাশ কৰে।

Your Comments