ভাৰত আৰু অষ্ট্ৰেলিয়াৰ এদিনীয়া শৃংখলাৰ ৰাঁচীত অনুষ্ঠিত তৃতীয়খন এদিনীয়া এটা বিশেষ কাৰণত স্মৰণীয় হৈ ৰ'ব।
ভাৰতীয় ক্ৰিকেটাৰসকলে পুলৱামাৰ ছহিদসকললৈ শ্ৰদ্ধা নিবেদনৰে সুৰক্ষা বাহিনীৰ কেম'ফ্লেজ টুপী পৰিধান কৰি খেলখনত অংশগ্ৰহণ কৰে।
গুৰুত্বপূৰ্ণ যে বিৰাট কোহলীকে ধৰি সতীৰ্থসকলৰ মাজত এই টুপীসমূহ বিতৰণ কৰে সেনাত লেফটেনেণ্ট কৰ্ণেলৰ পদবীতো থকা মহেন্দ্ৰ সিং ধোনীয়ে।
- Log in to post comments
- 20 views