২০২২ চনৰ হ্যাংঝৌ এছিয়া গেমছত পুনৰ ক্ৰিকেট অন্তৰ্ভুক্ত হ'ব।দেওবাৰে এছিয়ান অলিম্পিক সংস্থাৰ সাধাৰণ সভাত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।উল্লেখ্য যে ২০১০ আৰু ২০১৪ চনত এছিয়া গেমছত ক্ৰিকেটক অন্তৰ্ভুক্ত কৰা হৈছিল যদিও ২০১৮ বৰ্ষত চামিল কৰা হোৱা নাছিল।
- Log in to post comments
- 7 views