পাবজী গেমে ধ্বংসৰ মুখলৈ নিবলৈ ধৰিছে দেশৰ একাংশ কিশোৰ-যুৱকক।ভূপালত এজন ২৫ বছৰীয়া যুৱক পাবজীত ইমান মচগুল হ'ল যে পানী বুলি পান কৰিলে এচিড।যুৱকজনে নিজ ঘৰৰ প্ৰাংগণত পাবজী খেলি আছিল।আনকি চিকিৎসাধীন অৱস্থাটো যুৱকজনে পাবজী খেলি থাকিল।সময়মতে পৰিয়ালৰ লোকে যুৱকজনক চিকিৎসাধীন কৰাত তেওঁৰ প্ৰাণ ৰক্ষা পৰিল
- Log in to post comments
- 51 views