ত্ৰস্তমান পাকিস্তান! মাছুদ আজহাৰক 'বৈশ্বিক সন্ত্ৰাসবাদী' ঘোষণাত  নিদিয়ে বাধা

massod azahar

ভাৰতৰ ৰুদ্ৰমূৰ্তি দেখি এতিয়া ত্ৰস্তমান পাকিস্তান।যিকোনো উপায়েৰে হ্ৰাস কৰিব লাগে উত্তেজনা!ইয়াৰ বাবেই এতিয়া ৰাষ্ট্ৰসংঘৰ সুৰক্ষা পৰিষদত যদি ভাৰত চৰকাৰে মাছুদ আজহাৰক 'বৈশ্বিক সন্ত্ৰাসবাদী' হিচাপে ঘোষণাৰ পদক্ষেপ গ্ৰহণ কৰে,পাকিস্তানে তাৰ বিৰোধিতা নকৰে বুলি জানিব পৰা গৈছে।পাকিস্তান চৰকাৰে আজহাৰক 'নজৰবন্দী' অথবা গ্ৰেপ্তাৰ কৰাৰো পূৰ্ণ সম্ভাৱনা আছে।

Your Comments