আমেৰিকাত ধুমুহাত ২২ জন লোকৰ মৃত্যু

albama

আমেৰিকাৰ আলবামা আৰু জৰ্জিয়া চহৰত দেওবাৰে দুপৰীয়া প্ৰলয়ংকৰী ধুমুহাই ব্যাপক ক্ষতি সাধন কৰে।ধুমুহাত আলবামা চহৰত ২২ জন লোকৰ মৃত্যু হয়।দুয়োখন চহৰত বহুসংখ্যক গৃহ ধুমুহাত ধংস হয়।ধুমুহাৰ পিছত আলবামাত জৰুৰীকালীন অৱস্থাৰ ঘোষণা কৰে চৰকাৰে।

Your Comments