প্ৰতিগৰাকী জোৱানৰ তেজ আমাৰ বাবে অমূল্য। পূৰ্বতে সুৰক্ষা বাহিনীৰ জোৱান যেতিয়া ছহিদ হৈছিল,তাৰ প্ৰত্যুত্তৰত কোনো প্ৰভাৱশালী পদক্ষেপ গ্ৰহণ কৰা হোৱা নাছিল।এতিয়া কিন্তু কোনোৱে ভাৰতক চকু দেখুৱাব নোৱাৰে।'ইণ্ডিয়া টুডে কনক্লেভ'ত শনিবাৰে এই বুলি মন্তব্য দি সন্ত্ৰাসবাদী আৰু সিহঁতৰ পৃষ্ঠপোষকৰ বিৰুদ্ধে অতি কঠোৰ স্থিতি গ্ৰহণৰ প্ৰমাণ দাঙি ধৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।
- Log in to post comments
- 7 views