মহিলাসকল আক্ৰমণাত্মক হৈ থকাটো পুৰুষে পছন্দ কৰে : কংগনা

bolly

কংগনা ৰাণাৱত কিয় প্ৰায়ে আক্ৰমণাত্মক হৈ থাকে?তাৰ উত্তৰ অভিনেত্ৰীগৰাকীয়ে নিজেই দিলে।'মণিকৰ্ণিকা'খ্যাত কংগনাক আজি এটা  অনুষ্ঠানত যেতিয়া এই প্ৰশ্নটো সোধা  হ'ল,তেওঁ  তাৎপৰ্যপূৰ্ণভাৱে কলে- ' মই সদায় আক্ৰমণাত্মক হৈ থাকো।কাৰণ মহিলাসকল আক্ৰমণাত্মক হৈ থকাটো পুৰুষে পছন্দ কৰে।'

Your Comments