জঈছ-ই-মহম্মদৰ মুৰব্বী মাছুদ আজহাৰ পাকিস্তানতে আছে বুলি স্বীকাৰ কৰিলে দেশখনৰ বৈদেশিক দপ্তৰৰ মন্ত্ৰীয়ে৷ পাকিস্তানৰ বৈদেশিক মন্ত্ৰী শ্বাহ মহম্মদ কুৰেশ্বীয়ে এটা বিদেশী চেনেলৰে সাক্ষাৎকাৰত স্বীকাৰ কৰে যে আজহাৰ মাছুদ পাকিস্তানতে আছে৷ গুৰুতৰভাৱে অসুস্থ হৈ থকাৰ বাবে তেওঁ চিকিৎসালয়ৰ বাহিৰলৈ ওলাব নোৱাৰে বুলি উল্লেখ কৰে কুৰেশ্বীয়ে৷
- Log in to post comments
- 49 views