আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ জিলিকি উঠিল ৰীমা দাসৰ চলচ্চিত্ৰ৷ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ক্লিভলেণ্ড আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱত 'Someone to Watch' বঁটা লাভ কৰিলে ছবি নিৰ্মাতা-পৰিচালিকা ৰীমা দাসে৷ চলচ্চিত্ৰ মহোৎসৱটোত প্ৰদৰ্শিত হ'ব 'ভিলেজ ৰ'কষ্টাৰ্ছ' আৰু 'বুলবুল কেন ছিং' ছবি দুখন৷
- Log in to post comments
- 15 views