বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ ফোন কৰি ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে সন্ত্ৰাসবাদৰ বিৰুদ্ধে একত্ৰিতভাৱে যুঁজ দিয়াৰ পোষকতা কৰে৷ সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত ভাৰতক সহযোগিতা আগবঢ়াব বুলিও কয় পুটিনে৷ পুলৱামাৰ ছহিদসকললৈ শ্ৰদ্ধাঞ্জলিও আগবঢ়াই ভ্লাডিমিৰ পুটিনে৷
- Log in to post comments
- 31 views