লাডেনৰ পুত্ৰ হামজাক আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী ঘোষণা

hamaja

আমেৰিকাৰ কমাণ্ডোৱে হত্যা কৰা কুখ্যাত সন্ত্ৰাসবাদী ওছামা বিন লাডেনৰ পুত্ৰ হামজাও পৰিচিত হৈ পৰিছে আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী হিচাপে৷ হামজাক আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী হিচাপে ঘোষণা কৰিছে আমেৰিকাই৷ হামজাৰ মূৰৰ ওপৰত ১০ লাখ ডলাৰৰ মূল্য ঘোষণা কৰিছে৷

Your Comments