ভাৰতৰ সন্ত্ৰাসবাদবিৰোধী স্থিতিৰ সমৰ্থন কৰিছে মাৰ্কিন যুক্তৰাষ্ট্ৰই।ভাৰতৰ ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত দোভালে আমেৰিকাৰ বিদেশ মন্ত্ৰী মাইক পম্পিঅ'ক বালাকোটত ভাৰতীয় বায়ু সেনাই জঈছ-ই-মহম্মদৰ ঘাটীত কৰা আক্ৰমণৰ বিষয়ে অৱগত কৰোঁতে পম্পিঅ'ই ভাৰতৰ সন্ত্ৰাসবাদবিৰোধী স্থিতিৰ সমৰ্থন কৰে।পম্পিঅ'ই কয় যে সন্ত্ৰাসবাদবিৰোধী যুঁজত আমেৰিকা ভাৰতৰ পক্ষত আছে।
- Log in to post comments
- 3 views