জঈছ-ই-মহম্মদ,লস্কৰ-ই-তৈবাক নিষিদ্ধ কৰক পাকিস্তানে:অষ্ট্ৰেলিয়া

জঈছ-ই-মহম্মদ,লস্কৰ-ই-তৈবাক নিষিদ্ধ কৰক পাকিস্তানে:অষ্ট্ৰেলিয়া

জঈছ-ই-মহম্মদ,লস্কৰ-ই-তৈবাক নিষিদ্ধ কৰক পাকিস্তানে:অষ্ট্ৰেলিয়া

২৬ ফেব্ৰুৱাৰী, নিউজ ডেস্ক:

পাকিস্তানৰ বালাকোটত ভাৰতীয় বায়ু সেনাই জঈছ-ই--মহম্মদৰ শিবিৰ ধ্বংস কৰাৰ সন্দৰ্ভত অষ্ট্ৰেলিয়াই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।অষ্ট্ৰেলিয়াই স্পষ্টভাৱে কৈছে যে পাকিস্তানৰ ভূমিৰ পৰা  ভাৰতত সন্ত্ৰাসমূলক কাৰ্য চলোৱা সংগঠনসমূহৰ বিৰুদ্ধে পাকিস্তান চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ দৰকাৰ।জঈছ-ই- মহম্মদৰ লগতে লস্কৰ-ই-তৈবাক নিষিদ্ধ কৰিবলৈ পাকিস্তানক কয়  অষ্ট্ৰেলিয়াই।

Your Comments