উত্তৰ প্ৰদেশ আৰক্ষীৰ সন্ত্ৰাসবাদবিৰোধী গোটে আজি ৰাজ্যখনৰ দেওবন্দৰ পৰা গ্ৰেপ্তাৰ কৰে জঈছ-ই-মহম্মদৰ দুটা সন্ত্ৰাসবাদীক। জম্মু-কাশ্মীৰৰ কুলগামৰ সন্ত্ৰাসবাদী শ্বাহনৱাজ আহমেদ তেলী আৰু আকিব আহমেদৰ পৰা ৰাইফল আৰু গুলী উদ্ধাৰ কৰা হয়।
- Log in to post comments
- 89 views