সন্ত্ৰাসবাদৰ মোকাবিলা সন্দৰ্ভত দক্ষিণ কোৰিয়াৰ সমৰ্থন লাভ কৰিলে ভাৰতে৷ দক্ষিণ কোৰিয়া ভ্ৰমণকালত দেশখনৰ ৰাষ্ট্ৰপতি মুন জে-ইনক সাক্ষাৎ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে৷ ৰাষ্ট্ৰপতি ইনে পুলৱামাৰ সন্ত্ৰাসবাদী আক্ৰমণৰ তীব্ৰ গৰিহণা দিয়ে৷ মোডীৰ ভ্ৰমণকালতে ভাৰত আৰু দঃ কোৰিয়াৰ সুৰক্ষা সংস্থাৰ মাজত একত্ৰিত হৈ সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়াৰ চুক্তি সম্পাদন হয়৷
- Log in to post comments
- 13 views