আজি ৰাজ্যজুৰি মিচিং জনগোষ্ঠীৰ লোকসকলে উদ্যাপন কৰিছে আলি-আয়ে-লৃগাং উৎসৱ।ইষ্টদেৱতা দঞি-প'ল:ক পূজা -অৰ্চনা কৰিছে মিচিং জনগোষ্ঠীয় লোকসকলে।পুৱাৰে পৰা গোমৰাগ,ঐনিতমৰে মুখৰিত হৈছে মিচিং বসতিপ্ৰধান এলেকা।ইষ্টদেৱতাক পূজা-অৰ্চনা কৰাৰ পিছত শইচৰ বীজ সিঁচিব মিচিংসকলে।
- Log in to post comments
- 26 views