টুইটাৰৰো অপ্রিয় পাকিস্তান : ভাৰতৰ অভিযোগত বাতিল পাকিস্তানী বিদেশ মন্ত্ৰালয়ৰ প্ৰৱক্তাৰ একাউণ্ট

twi_pak

টুইটাৰৰো অপ্রিয় এতিয়া পাকিস্তান।ভাৰত চৰকাৰে অভিযোগ দাখিল কৰাৰ পিছত টুইটাৰ কৰ্তৃপক্ষই বাতিল কৰিছে পাকিস্তানৰ বিদেশ মন্ত্ৰালয়ৰ প্ৰৱক্তা ডাঃমহম্মদ ফৈজলৰ টুইটাৰ একাউণ্ট (@drmfaisal)। ডাঃ ফৈজলে তেওঁৰ টুইটাৰ একাউণ্টৰ পৰা ধাৰাবাহিকভাৱে হেগত চলি থকা কুলভূষণ জাধবৰ গোচৰৰ শুনানি আৰু কাশ্মীৰ সন্দৰ্ভত মন্তব্য কৰি অহাৰ পৰিপ্ৰেক্ষিতত ভাৰতে টুইটাৰ কৰ্তৃপক্ষৰ ওচৰত অভিযোগ দাখিল কৰিছিল।

as

ইয়াৰ পিছতেই ভাৰতৰ অভিযোগৰ প্ৰতি যোগাত্মক সঁহাৰি দি টুইটাৰ একাউণ্টটো বাতিল কৰে।টুইটাৰৰ নীতি-নিয়ম ভংগ কৰাৰ বাবেই একাউণ্টটো বাতিল কৰা হয়।

Your Comments