লামডিঙত তিনিজন ৰহিংগীয়া মুছলমান আতক স্হানীয় ৰাইজৰ। হাইদাৰাবাদ হৈ অসমত প্ৰৱেশ কৰাৰ সময়তে লামডিং ষ্টেচনত স্হানীয় একাংশ লোকে আতক কৰি লামডিং জিআৰপিক চমজাই দিয়ে ৰহিংগীয়াকেইজনক। আতকাধীন লোককেইজন চামসো আলম, চবিৰ আহমেদ আৰু চামসো আলম৷ লোককেইজনৰ পৰা আৰবী ভাষাত লিখা ১৩খন বিভিন্ন নথি-পত্ৰ উদ্ধাৰ কৰা গৈছে।
- Log in to post comments
- 37 views