পুলৱামাৰ সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিবাদত কাইলৈ সৰ্বভাৰতীয় ব্যৱসায়ী সন্থাই আহ্বান জনাইছে দেশজোৰা ব্যৱসায় বন্ধৰ৷ উক্ত দিনা পুলৱামাৰ আক্ৰমণৰ বিৰুদ্ধে সমগ্ৰ দেশতে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব সন্থাটোৱে৷ ব্যৱসায়ী সন্থাটোৱে লগতে পুলৱামাৰ আক্ৰমণৰ সৈতে জড়িতসকলৰ কঠোৰ শাস্তিৰ দাবী জনায়৷
- Log in to post comments
- 172 views