গুৱাহাটীত অনুষ্ঠিত ৮৩সংখ্যক ছিনিয়ৰ নেচনেল বেডমিণ্টন চেম্পিয়নশ্বিপত লক্ষ্য সেনে পি কাশ্যপক পৰাজিত কৰি দ্বিতীয়বাৰৰ বাবে ফাইনেলত স্হান নিশ্চিত কৰে। ১৭ বছৰীয়া লক্ষ্য সেনে পি কাশ্যপক ২১-১৫, ২১-১৬ পোনপটীয়া ছেটত পৰাস্ত কৰে।
ফাইনেলত লক্ষ্য সেন সন্মূখীন হ'ব দুবাৰকৈ ৰাষ্ট্ৰীয় চেম্পিয়ন সৌৰভ বাৰ্মাৰ। উল্লেখ্য যে লক্ষ্য সেনে প্ৰথমবাৰ ২০১৬ৰ ছিনিয়ৰ নেচনেল বেডমিণ্টন চেম্পিয়নশ্বিপত সুন্দৰ প্ৰদৰ্শন আগবঢ়াইছিল।
- Log in to post comments
- 6 views