সন্ত্ৰাসবাদৰ বিৰুদ্ধে ঐক্যবদ্ধ শাসক-বিৰোধী

জম্মু-কাশ্মীৰৰ পৰিস্থিতি সন্দৰ্ভত আলোচনাৰ বাবে আজি নতুন দিল্লীত অনুষ্ঠিত হয় সৰ্বদলীয় বৈঠক৷ ইতিমধ্যে এই বৈঠক সমাপ্ত হৈছে। বিশেষভাৱে পুলৱামা কাণ্ডক লৈ পৰৱৰ্তী কাৰ্যপন্থা নিৰ্ধাৰণৰ বাবে অনুষ্ঠিত হয় এই সৰ্বদলীয় বৈঠক। বৈঠকত সন্ত্ৰাসবাদ নিৰ্মূলৰ বাবে প্ৰতিয়ো দলেই সহমত পোষণ কৰে৷  বৈঠকত অংশগ্ৰহণ কৰি গৃহমন্ত্ৰী ৰাজনাথ সিঙৰ মন্তব্য- সন্ত্ৰাসবাদক শেষ কৰাৰ সংকল্প লোৱা হৈছে। আনহাতে, বিৰোধী দল কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীয়ে সন্ত্ৰাসবাদক নিৰ্মূলৰ বাবে চৰকাৰৰ লগত আছো বুলি মন্তব্য কৰে।  লগতে চৰকাৰৰ প্ৰতিটো সিদ্ধান্তক প্ৰতিট

জম্মু-কাশ্মীৰৰ পৰিস্থিতি সন্দৰ্ভত আলোচনাৰ বাবে আজি নতুন দিল্লীত অনুষ্ঠিত হয় সৰ্বদলীয় বৈঠক৷ ইতিমধ্যে এই বৈঠক সমাপ্ত হৈছে। বিশেষভাৱে পুলৱামা কাণ্ডক লৈ পৰৱৰ্তী কাৰ্যপন্থা নিৰ্ধাৰণৰ বাবে অনুষ্ঠিত হয় এই সৰ্বদলীয় বৈঠক। বৈঠকত সন্ত্ৰাসবাদ নিৰ্মূলৰ বাবে প্ৰতিয়ো দলেই সহমত পোষণ কৰে৷

জম্মু-কাশ্মীৰৰ পৰিস্থিতি সন্দৰ্ভত আলোচনাৰ বাবে আজি নতুন দিল্লীত অনুষ্ঠিত হয় সৰ্বদলীয় বৈঠক৷ ইতিমধ্যে এই বৈঠক সমাপ্ত হৈছে। বিশেষভাৱে পুলৱামা কাণ্ডক লৈ পৰৱৰ্তী কাৰ্যপন্থা নিৰ্ধাৰণৰ বাবে অনুষ্ঠিত হয় এই সৰ্বদলীয় বৈঠক। বৈঠকত সন্ত্ৰাসবাদ নিৰ্মূলৰ বাবে প্ৰতিয়ো দলেই সহমত পোষণ কৰে৷  বৈঠকত অংশগ্ৰহণ কৰি গৃহমন্ত্ৰী ৰাজনাথ সিঙৰ মন্তব্য- সন্ত্ৰাসবাদক শেষ কৰাৰ সংকল্প লোৱা হৈছে। আনহাতে, বিৰোধী দল কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীয়ে সন্ত্ৰাসবাদক নিৰ্মূলৰ বাবে চৰকাৰৰ লগত আছো বুলি মন্তব্য কৰে।  লগতে চৰকাৰৰ প্ৰতিটো সিদ্ধান্তক প্ৰতিটো ৰাজনৈতিক দলে সমৰ্থন জনাব বুলিও বৈঠকত উল্লেখ কৰে। উল্লেখ্য যে সৰ্বদলীয় বৈঠকত পুলৱামাত নিহত ছহিদসকললৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়৷

বৈঠকত অংশগ্ৰহণ কৰি গৃহমন্ত্ৰী ৰাজনাথ সিঙৰ মন্তব্য- সন্ত্ৰাসবাদক শেষ কৰাৰ সংকল্প লোৱা হৈছে। আনহাতে, বিৰোধী দল কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীয়ে সন্ত্ৰাসবাদক নিৰ্মূলৰ বাবে চৰকাৰৰ লগত আছো বুলি মন্তব্য কৰে।

লগতে চৰকাৰৰ প্ৰতিটো সিদ্ধান্তক প্ৰতিটো ৰাজনৈতিক দলে সমৰ্থন জনাব বুলিও বৈঠকত উল্লেখ কৰে। উল্লেখ্য যে সৰ্বদলীয় বৈঠকত পুলৱামাত নিহত ছহিদসকললৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়৷

Your Comments